আয়াৰলেণ্ডৰআয়ু

আয়াৰাম গয়াৰাম (Assamese) [ Roman: a.ya.ram go.ya.ram]
Contributed by: Partha P Sarmah on 2011-03-05
1. (Common Noun-Common) (usually in politics) those who frequently change their parties for individual benefits rather than any ideological differences or greater issues that concern people. মতাদৰ্শৰ অমিল বা ৰাইজৰ মংগলৰ সলনি নিজৰ স্বাৰ্থসিদ্ধিৰ বাবে সঘনাই দল বাগৰি থকা বজ্জাত ৰাজনীতি খেলুৱৈ৷